অসমগুৱাহাটীদৈনিক বাতৰিভাৰতমনোৰঞ্জন

এফালে গৰমৰ প্ৰকোপ, আনফালে বিদ্যুতৰ লুকাভাকু… হোজাইত APDCLৰ বিৰুদ্ধে ৰাইজৰ বৃহৎ প্ৰতিবাদ

এফালে গৰমৰ প্ৰকোপ, আনফালে বিদ্যুতৰ লুকাভাকু... হোজাইত APDCLৰ বিৰুদ্ধে ৰাইজৰ বৃহৎ প্ৰতিবাদ

ভাদমহীয়া গৰমে দহিছে ৰাজ্যবাসীক

এফালে গৰমৰ প্ৰকোপ, আনফালে বিদ্যুতৰ লুকাভাকু

২৪ ঘণ্টাৰ ২৩ ঘণ্টাই নাই বিদ্যুৎ

হোজাই APDCLৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ

২৪ ঘণ্টীয়া বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিছিল বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে। পিছে ৩৬ পৰা ৩৮ ডিগ্ৰী গৰমত চলিছে বিদ্যুতৰ লুকাভাকু। বিগত  কিছুদিন ধৰি তীব্ৰ লোড শ্বেডিঙৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে জনতাৰ ৷ অনিয়মীয়া বিদ্যুৎ যোগানক লৈ বিদ্যুৎ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ বিৰুদ্ধে সৰৱ হৈ পৰিল ডবকাৰ ৰাইজ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.