Assamঅসমদৈনিক বাতৰি

কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত পথৰ দুৰৱস্থা, ঠেলাত কঢ়িয়াই নিবলগীয়া হ’ল ৭০উৰ্ধৰ এগৰাকী বৃদ্ধাক

কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত পথৰ দুৰৱস্থা, ঠেলাত কঢ়িয়াই নিবলগীয়া হ’ল ৭০উৰ্ধৰ এগৰাকী বৃদ্ধাক

কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত পথৰ দুৰৱস্থা। ঠেলাত কঢ়িয়াই নিবলগীয়া হ’ল ৰোগী। ৭০উৰ্ধৰ এগৰাকী বৃদ্ধা মহিলাক প্ৰায় তিনি কিলোমিটাৰ পথ ঠেলাত কঢ়িয়াই চিকিৎসালয়লৈ নিয়াৰ দৃশ্য বন্দী হৈছে কেমেৰাত।

২নং ভকত চাপৰিৰ দেৱীথান গাঁৱৰ জৰাজীৰ্ণ পথৰ দৃশ্য এয়া। একমাত্ৰ বিধ্বস্ত পথৰ বাবেই গাঁওখনত প্ৰৱেশ কৰিব নোৱাৰিলে জৰুৰীকালীন সেৱাৰ বাহন। এয়া মাত্ৰ এটা উদাহৰণহে আছিল। এই পথৰ বাবে দীৰ্ঘদিনৰ পৰাই দুৰ্ভোগ ভুগি আহিছে প্ৰায় ২৫খনৰো অধিক গাঁৱৰ ৰাইজে।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.