অসমদৈনিক বাতৰি
হাজোত ধৰ্মীয় প্ৰতিষ্ঠানত চোৰৰ চাফাই অভিযান, চোৰে লুটি নিলে মন্দিৰৰ আ-অলংকাৰ, কাঁহৰ বাচন
হাজোত ধৰ্মীয় প্ৰতিষ্ঠানত চোৰৰ চাফাই অভিযান, চোৰে লুটি নিলে মন্দিৰৰ আ-অলংকাৰ, কাঁহৰ বাচন
![হাজোত ধৰ্মীয় প্ৰতিষ্ঠানত চোৰৰ চাফাই অভিযান, চোৰে লুটি নিলে মন্দিৰৰ আ-অলংকাৰ, কাঁহৰ বাচন হাজোত ধৰ্মীয় প্ৰতিষ্ঠানত চোৰৰ চাফাই অভিযান, চোৰে লুটি নিলে মন্দিৰৰ আ-অলংকাৰ, কাঁহৰ বাচন](https://prathamkhabartv.com/wp-content/uploads/2023/07/vlcsnap-2023-07-09-10h26m32s499-780x470.png)
হাজোত ধৰ্মীয় প্ৰতিষ্ঠানত চোৰৰ চাফাই অভিযান
চোৰে লুটি নিলে মন্দিৰৰ আ-অলংকাৰ, কাঁহৰ বাচন
বৰম্বৈ আঞ্চলিক শ্ৰীশ্ৰী দুৰ্গা মন্দিৰতত চুৰিকাৰ্য
মন্দিৰৰ মূল দুৱাৰৰ তলা ভাঙি চলালে লুটপাত
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
দোষীক কৰায়ত্ত কৰি উচিত শাস্তিৰ দাবী স্থানীয় ৰাইজৰ