অসমদৈনিক বাতৰি

হোজাইত গ্ৰেপ্তাৰ ভুৱা প্ৰধান শিক্ষক, ধৃত প্ৰৱঞ্চকটোৰ নাম খাইৰুল ইছলাম

হোজাইত গ্ৰেপ্তাৰ ভুৱা প্ৰধান শিক্ষক, ধৃত প্ৰৱঞ্চকটোৰ নাম খাইৰুল ইছলাম

হোজাইত গ্ৰেপ্তাৰ ভুৱা প্ৰধান শিক্ষক

ধৃত প্ৰৱঞ্চকটোৰ নাম খাইৰুল ইছলাম

এজন ব্যক্তিৰ পৰা প্ৰৱঞ্চনাৰে লুটি নিয়ে ২৮ হাজাৰ টকা

ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ খাইৰুলক

খাইৰুলৰ পৰা জব্দ বহু আপত্তিজনক নথিপত্ৰ

ভুৱা ছীল-মোহৰ বনাই প্ৰধান শিক্ষকৰ ভাও খাইৰুলৰ

পদুমপুখুৰী স্কুলৰ প্ৰধান শিক্ষক হিচাপে দিছিল পৰিচয়

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.