অসমআঞ্চলিকদৈনিক বাতৰি

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে হাজো আৰক্ষীৰ অভিযান, দলৈতোলাৰ নৈৰ পাৰত অভিযান আৰক্ষীৰ

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে হাজো আৰক্ষীৰ অভিযান, দলৈতোলাৰ নৈৰ পাৰত অভিযান আৰক্ষীৰ

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে হাজো আৰক্ষীৰ অভিযান

দলৈতোলাৰ নৈৰ পাৰত অভিযান আৰক্ষীৰ

জব্দ ৪৫টা কফচিৰাপৰ বটল, নিচাজাতীয় টেবলেট

আৰক্ষীৰ অভিযান আটক তিনি সৰবৰাহকাৰী

আটক ৰাজীৱ আলী, আক্ৰম আলী, ৰাজা আলী

অভিযানত এখন মেজিক বাহনো জব্দ।

হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ নাথৰ নেতৃত্বত আৰক্ষীৰ এটি দলে দলৈতোলা নদীৰ পাৰৰ মঠাউৰিত চলাইছিল অভিযান। এখন মেজিক বাহনখনেৰে নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰি থকাৰ সময়তে আৰক্ষীক দেখি বাহন এৰি পলায়নৰ চেষ্টা চলায় সৰবৰাহকাৰীয়ে। আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰে তিনি সৰবৰাহকাৰীক। দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধুলি দি শনিয়াদি অঞ্চলত ৰাজীৱ আলীয়ে চলাই গৈছিল নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায়।। অধিক তথ্যৰ সন্দৰ্ভত তিনিওটাকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.