অসমদৈনিক বাতৰি

হাজোত আৰক্ষীৰ ড্ৰাগ্ছবিৰোধী অভিযান, পৃথক পৃথক অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগ্ছ

হাজোত আৰক্ষীৰ ড্ৰাগ্ছবিৰোধী অভিযান, পৃথক পৃথক অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগ্ছ

হাজোত আৰক্ষীৰ ড্ৰাগ্ছবিৰোধী অভিযান

পৃথক পৃথক অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগ্ছ

আধিয়াৰপাৰাত ৰাইজে আটক কৰে এটা সৰবৰাহকাৰীক

আটক হাচিমুদ্দিন আহমেদ ওৰফে মুন্না নামৰ সৰবৰাহকাৰীক

ড্ৰাগ্ছ ব্যৱসায়ীটোৰ পৰা জব্দ ৯টা ড্ৰাগ্ছভৰ্তি কণ্টেইনাৰ

বৰ্ণিৰ ভয়নুৰ আলী নামৰ এজনৰ ঘৰত অভিযান আৰক্ষীৰ

অভিযানত জব্দ ২৪টা ড্ৰাগ্ছভৰ্তি কণ্টেইনাৰ

জব্দ দুটা কফ চিৰাপৰ বটল, কেইবা পেকেট য়াবা টেবলেট

আৰক্ষীয়ে আটক কৰে ড্ৰাগ্ছ সৰবৰাহকাৰী এগৰাকী মহিলাক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.