অসমগুৱাহাটীদৈনিক বাতৰি

তিব্বত যুৱ কংগ্ৰেছৰ দ্বাৰা চিকিমৰ পৰা তেজপুৰ লৈকে আৰম্ভ হৈছে পদ যাত্ৰা

তিব্বত যুৱ কংগ্ৰেছৰ দ্বাৰা চিকিমৰ পৰা তেজপুৰ লৈকে আৰম্ভ হৈছে পদ যাত্ৰা

তিব্বত যুৱ কংগ্ৰেছৰ দ্বাৰা চিকিমৰ পৰা তেজপুৰ লৈকে আৰম্ভ হৈছে পদ যাত্ৰা। ইতিমধ্যে গুৱাহাটীত উপস্থিত সজাতি দলটো।  আজি গুৱাহাটী প্ৰেছ ক্লাৱত সজাতি দলটোৱে সম্বোধন কৰে সংবাদমেল।

G20 ৰ বাবে চিন তিব্বতৰ সংঘাত আৰু চিন আৰু দক্ষিণ পূৱ এছিয়াৰ মাজত বহা মতানক্য ৰোধ কৰিব বাবে লোৱা হৈছে এই পদক্ষেপ। গুৱাহাটী মহানগৰীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু ভাৰত তিব্বতৰ সীমা মঞ্চই সজাতি দলটোক জনায় উষ্ম আদৰণি।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.