অপৰাধঅসমআঞ্চলিকদৈনিক বাতৰি

হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ, হত্যাকাৰীয়ে ছুৰী নহয়, দাৰে ঘপিয়াইছিল নীতেশক

হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ, হত্যাকাৰীয়ে ছুৰী নহয়, দাৰে ঘপিয়াইছিল নীতেশক

হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ

হত্যাকাৰীয়ে ছুৰী নহয়, দাৰে ঘপিয়াইছিল নীতেশক

ক্ৰাইম ব্ৰাঞ্চ, বশিষ্ঠ আৰক্ষীয়ে উদ্ধাৰ কৰিছে দাখন

অভিষেকে নীতিশক লৈ যোৱা স্কুটীখনো জব্দ আৰক্ষীৰ

নীতেশৰ বেগত উদ্ধাৰ ফুৰিবলৈ যোৱা কাপোৰ

স্কুলৰ পোছাক পৰিধান কৰি ওলাই গৈছিল ঘৰৰ পৰা

টকাৰ লেনদেনৰ মধ্যস্থতাকাৰী আছিল নীতেশ

টকা ওভোটাই দিয়াৰ দায়িত্ব লৈছিল নীতেশ কুমাৰে

হাৰ্দিকক আনি দিয়া টকা অভিষেকক ঘূৰাই দিয়া নাছিল নীতিশে

অভিষেক ভাৰাতীয়া হিচাপে আছিল বোন্দাত

নীতেশৰ পৰা ৩০ হাজাৰ টকা ধাৰ লৈছিল অভিষেকে

টকা বিচাৰি অভিষেকক হাৰাশাস্তি কৰিছিল নীতেশে

বুধবাৰে পইছা দিম বুলি কৈ লৈ গৈছিল বোন্দালৈ

বোন্দাত নি এঘৰত ৰাখিছিল নীতেশক

স্কুল ইউনিফৰ্ম সলাই পিন্ধোৱা হৈছিল অন্য পোছাক

বশিষ্ঠ আৰক্ষীৰ জিম্মাত অভিষেক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.