Assamleatest updatepolitical

নতুন দিল্লী ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

আশাকৰ্মীৰ অৱসৰৰ বয়স ৬০লৈ বৃদ্ধি

নতুন দিল্লীত সম্পন্ন ৰাজ্যিক কেবিনেটৰ বৈঠক

অসম ভৱনত ৰাজ্যিক কেবিনেট

কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আশাকৰ্মীৰ অৱসৰৰ বয়স ৬০লৈ বৃদ্ধি

অৱসৰৰ সময়ত আশাকৰ্মীক ২ লাখ টকা

ছুপাৰ ভাইজাৰে লাভ কৰিব ৩ লাখ টকা

১০ বছৰ কাম কৰাটো বাধ্যতামূলক

যোৰহাট-গুৱাহাটীৰ মাজত নতুন বিমানসেৱা

গাঁৱে গাঁৱে খেল মহাৰণৰ সিদ্ধান্ত

১ নৱেম্বৰৰ পৰা জানুৱাৰীৰ ভিতৰত খেল মহাৰণ

৬ জনগোষ্ঠীৰ বাবে ১৩১খন ITI আসন সংৰক্ষণ

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.