Assamঅসমদৈনিক বাতৰি

গুৱাহাটীত গ্ৰেপ্তাৰ ২ ড্ৰাগ্ছ সৰবৰাহকাৰী, চানমাৰি আৰক্ষীৰ অভিযান অনুৰাধা চিনেমা হলৰ সমীপত

গুৱাহাটীত গ্ৰেপ্তাৰ ২ ড্ৰাগ্ছ সৰবৰাহকাৰী, চানমাৰি আৰক্ষীৰ অভিযান অনুৰাধা চিনেমা হলৰ সমীপত

গুৱাহাটীত গ্ৰেপ্তাৰ ২ ড্ৰাগ্ছ সৰবৰাহকাৰী

চানমাৰি আৰক্ষীৰ অভিযান অনুৰাধা চিনেমা হলৰ সমীপত

গোপন সূত্ৰৰ পম খেদি চলা অভিযানত ধৃত ২

মিণ্টু ৰহমান, চৈয়দ ইফতিকাৰ আজিজক গ্ৰেপ্তাৰ আৰক্ষীৰ

জব্দ হ’ল ৬২.৬৬ গ্ৰাম ব্ৰাউন ছুগাৰৰ ৪৮টা কণ্টেইনাৰ

৯২০টা খালী কণ্টেইনাৰো জব্দ অভিযানত

৩,৩০,৫৫০ টকা জব্দ অভিযানকাৰী আৰক্ষীৰ

অধিক তথ্যৰ বাবে চানমাৰি আৰক্ষীৰ জেৰা অব্যাহত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.