Assamassam policeCity newsঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

পুনৰ বিতৰ্কত দিছপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়, আৰক্ষীৰ জালত পৰিল বিবেক মণ্ডল নামৰ দালালটো……

পুনৰ বিতৰ্কত দিছপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়

EWS চাৰ্টিফিকেটৰ জালিয়াতিত একাংশ দালাল

আৰক্ষীৰ জালত পৰিল বিবেক মণ্ডল নামৰ দালালটো

বিতু পোড্ডাৰৰ পৰা বিবেকে লৈছিল ৮০০ টকা

EWS চাৰ্টিফিকেট বনোৱাৰ নামত লৈছিল ধন

বিতু পোড্ডাৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক

দালালৰ কৱলত পৰি চৰকাৰী চাকৰি হেৰুৱালে বিতুৱে

সমগ্ৰ জালিয়াতি সন্দৰ্ভত থানাত বিতুৱে দাখিল কৰিছিল এজাহাৰ

শুকুৰবাৰে বশিষ্ঠ থানাত বিবেকৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ

দালাল চক্ৰটোত বহু লোক জড়িত থকাৰ সন্দেহ আৰক্ষীৰ

বিবেকৰ সহযোগীক বিচাৰি আৰক্ষীৰ অভিযান তীব্ৰতৰ

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.