অসমগুৱাহাটীদৈনিক বাতৰি
গুৱাহাটী শোধনাগাৰ মূল প্ৰৱেশ দ্বাৰত অব্যাহত আছে প্ৰতিবাদ
গুৱাহাটী শোধনাগাৰ মূল প্ৰৱেশ দ্বাৰত অব্যাহত আছে প্ৰতিবাদ
![গুৱাহাটী শোধনাগাৰ মূল প্ৰৱেশ দ্বাৰত অব্যাহত আছে প্ৰতিবাদ গুৱাহাটী শোধনাগাৰ মূল প্ৰৱেশ দ্বাৰত অব্যাহত আছে প্ৰতিবাদ](https://prathamkhabartv.com/wp-content/uploads/2023/06/vlcsnap-2023-06-12-16h17m10s596-780x470.png)
গুৱাহাটী শোধনাগাৰ মূল প্ৰৱেশ দ্বাৰত অব্যাহত আছে প্ৰতিবাদ। শোধনাগাৰ শ্ৰমিক সংগঠনৰ নেতৃত্বত শ্ৰমিক সকলে সাব্যস্ত কৰে এই প্ৰতিবাদ।
গুৱাহাটী শোধনাগাৰৰ ভিতৰত কৰ্মৰত ঠিকাভিত্তিক শ্ৰমিকে অব্যাহত ৰাখিছে এই প্ৰতিবাদ। শনিবাৰে শোধনাগাৰৰ ভিতৰত মৃত্যু হোৱা শ্ৰমিকৰ ক্ষতি পুৰণ প্ৰদানৰ লগতে শ্ৰমিক সকলক উপযুক্ত শ্ৰমিক আইনৰ অধীনত সুবিধা প্ৰদানৰ দাবীৰে উত্তাল প্ৰতিবাদ শোধানাগাৰৰ প্ৰৱেশদ্বাৰত