Assamleatest updateঅসমআঞ্চলিকদৈনিক বাতৰি

গোলকগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত প্ৰতিবাদ, ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী

গোলকগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত প্ৰতিবাদ, ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী

গোলকগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত প্ৰতিবাদ

ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী

শিল, কয়লা পৰিবাহী ট্ৰাকৰ পৰা গুণ্ডাকৰ সংগ্ৰহৰ অভিযোগ

শীঘ্ৰেই ছিণ্ডিকেট চক্ৰক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ

গোলকগঞ্জৰ আন্ত:ৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ সন্মুখত উত্তাল প্ৰতিবাদ। ছিণ্ডিকেটৰ বিৰুদ্ধে কামতপুৰ প্ৰগ্ৰেছিপ পাৰ্টীৰ অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী। দীৰ্ঘদিন ধৰি এটা চক্ৰই  অবৈধ ভাবে বৃহৎ ছিণ্ডিকেট চলোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ। প্ৰতিখন শিল, কয়লা পৰিবাহী ট্ৰাকৰ পৰা গুণ্ডা কৰ সংগ্ৰহ কৰাৰ অভিযোগ  ছিণ্ডিকেট চক্ৰটোৰ বিৰুদ্ধে। ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ আজি কামতপুৰ প্ৰগ্ৰেছিপ পাৰ্টী, ট্ৰাক চালক আৰু স্থানীয় ব্যৱসায়ীয়ে যৌথভাবে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। ছিণ্ডিকেট চক্ৰটোক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.