অপৰাধঅসমদৈনিক বাতৰি

প্ৰসংগঃ শ্বেতা আগৰৱাল হত্যাকাণ্ড! হত্যাকাৰী গোবিন্দ সিংহালক যাৱজ্জীৱন কাৰাদণ্ড

প্ৰসংগঃ শ্বেতা আগৰৱাল হত্যাকাণ্ড! হত্যাকাৰী গোবিন্দ সিংহালক যাৱজ্জীৱন কাৰাদণ্ড

প্ৰসংগঃ শ্বেতা আগৰৱাল হত্যাকাণ্ড

হত্যাকাৰী গোবিন্দ সিংহালক যাৱজ্জীৱন কাৰাদণ্ড

সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়

২০১৯ চনত সংঘটিত হৈছিল এই হত্যাকাণ্ড

পূৰ্বে গোবিন্দ সিংহালক মৃত্যুদণ্ডৰ শাস্তি দিছিল চেছন ক’ৰ্টে

আদালতৰ ৰায়ৰ বিৰুদ্ধে হাইক’ৰ্টক প্ৰত্যাহ্বান জনাইছিল গোবিন্দ সিংহালে

নিম্ন আদালতত গোচৰটো বিচাৰ প্ৰক্ৰিয়াৰ নিৰ্দেশ দিছিল হাইক’ৰ্টে

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.