অসমদৈনিক বাতৰি

AAPৰ মুখপাত্ৰ সুশান্ত কুমাৰ নাথক আদালতত হাজিৰ।

চৰকাৰৰ বিহুৰ অনুষ্ঠানক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল সুশান্ত কুমাৰ নাথ।

AAPৰ মুখপাত্ৰ সুশান্ত কুমাৰ নাথক আদালতত হাজিৰ। সুশান্তক গ্ৰেপ্তাৰ কৰিছিল মহানগৰ আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ । নাথৰ ওপৰত IPCৰ 153(a), 120 (b), 505(b) ধাৰা। আদালত চৌহদত মোতায়েন আৰক্ষী, অৰ্ধসামৰিক বাহিনী। আদালত চৌহদত ভিৰ আপৰ সমৰ্থক, শুভাকাংক্ষীৰ।

উল্লেখ্য যে, চৰকাৰৰ বিহুৰ অনুষ্ঠানক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল সুশান্ত কুমাৰ নাথ। বিহুক লৈ অসম চৰকাৰে ব্যৱসায় কৰাৰ অভিযোগ কৰিছিল সুশান্তই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.