Assamassam policeCity newsCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰি

মহানগৰ আৰক্ষীৰ জালত গভাইত গাড়ী চোৰৰ গেং, GPSৰ সহায়ত মেঘালয়ৰ জুৱাইত উদ্ধাৰ এখন বলেৰ’ পিকআপ বাহন….

মহানগৰ আৰক্ষীৰ জালত গভাইত গাড়ী চোৰৰ গেং

মেঘালয়ৰ জুৱাইত মহানগৰ আৰক্ষীৰ অভিযান

ABCৰ পৰা চুৰি কৰিছিল এখন বলেৰ’ পিকআপ

বলেৰ’ পিকআপখনত আছিল GPS SYSTEM

GPSৰ সহায়ত জুৱাইত উদ্ধাৰ চুৰি গাড়ীখন

আৰক্ষীৰ জালত দুই চোৰ আজিজুল আলী, জনিনুদ্দিন আলী

ধৃত দুই চোৰৰ স্বীকাৰোক্তিত আন দুই চোৰক গ্ৰেপ্তাৰ

আজাৰাৰ পৰা গ্ৰেপ্তাৰ আমিৰ আৰু ৰাজাক আলীক

আজাৰাত উদ্ধাৰ এখন চুৰি আৰ্টিকা গাড়ী

ফটাশিল আমবাৰীতো গ্ৰেপ্তাৰ ৪টাকৈ বাইক চোৰ

ধৃত বাইক চোৰা ৰেকিবুল হুছেইন, চামহেদ আলী

ধৃত বাইক চোৰ জাকিৰ হুছেইন, বিপাল হুছেইন

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.