AssamCity newsCMO AssamCultureEducationEntertainmentFestivalFilmInternationalInternationalnationalnorth eastpoliticalRegionalSocial Networkঅৰ্থনৈতিকআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিমনোৰঞ্জনৰাজনৈতিক

বানাৰসী জাংলা শাৰী পিন্ধি নীতা আম্বানী

শিল্পী মহম্মদ ইছলামে ৪৫ দিনত প্ৰস্তুত কৰিলে বানাৰসী জাংলা শাৰী

বিভিন্ন সময়ত বিভিন্ন সাজ-সজ্জা আৰু নিজৰ কৰ্মৰ বাবে চৰ্চাত মুকেশ আম্বানীৰ পত্নী নীতা আম্বানী । এইবাৰ এখন বানাৰসী জাংলা শাৰী পিন্ধি চৰ্চাত মুকেশ আম্বানীৰ পত্নী নীতা আম্বানী । ভাৰতীয় পৰম্পৰাৰে সজ্জিত মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০২৪ৰ মঞ্চত ভাৰতীয় বানাৰসী জাংলা শাৰী পিন্ধি সৌস্তৱ বিদ্ধি কৰিলে ভাৰতীয় ব্যৱসায়ীৰ পত্নী গৰাকীয়ে । জিলিকি থকা সোণৰ জাৰি আৰু ভাৰতীয় ৰেচমৰ পৰা হাতেৰে নিৰ্মিত প্ৰতিটো সূতাৰে ইয়াৰ জটিল ফুলৰ জাল আদিৰে প্ৰস্তুত কৰি উলিওৱা হৈছিল এই বানাৰসী জাংলা শাৰী । প্ৰতিটো সূতা আৰু আৰ্হিৰ আঁৰত নিহিত হৈ আছে এগৰাকী শিল্পী হাতৰ পৰিশ্ৰম আৰু কষ্ট, সেইগৰাকী শিল্পীৰ নাম মহম্মদ ইছলাম । মহম্মদ ইছলামৰ ৪৫ দিনৰ নিখুঁত প্ৰচেষ্টাৰ পিছতে প্ৰস্তুত কৰা হৈছিল নীতা আম্বানীৰ বানাৰসী জাংলা শাৰী । এতিয়া এই বানাৰসী জাংলা শাৰীক লৈ সৰৱ চৰ্চা চলিছে । সামাজিক মাধ্যমত নীতা আম্বানীৰ ফট ব্যপক ৰূপত ভাইৰেল হৈছে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 3 =

Back to top button