অসমঅসম আৰক্ষীআঞ্চলিকগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰি

মহানগৰীৰ ৩৭তম ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল চাৰিচকীয়া বাহন

খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখী আহি আছিল বাহনখন

◼ মহানগৰীৰ ৩৭তম ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল চাৰিচকীয়া বাহন ।

◼ ISBTৰ সমীপৰ কটাবাৰীত সংগঠিত হয় এই ঘটনা ।

◼ তীব্ৰবেগী AS 01 DL 2911 নম্বৰৰ বাহনখনৰ চালকৰ কথমপী প্ৰাণ ৰক্ষা ।

◼ খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখী আহি আছিল বাহনখন ।

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব ।

1 + three =

Back to top button