অসমঅসম আৰক্ষীআঞ্চলিকগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰি

মহানগৰীৰ ৩৭তম ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল চাৰিচকীয়া বাহন

খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখী আহি আছিল বাহনখন

◼ মহানগৰীৰ ৩৭তম ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল চাৰিচকীয়া বাহন ।

◼ ISBTৰ সমীপৰ কটাবাৰীত সংগঠিত হয় এই ঘটনা ।

◼ তীব্ৰবেগী AS 01 DL 2911 নম্বৰৰ বাহনখনৰ চালকৰ কথমপী প্ৰাণ ৰক্ষা ।

◼ খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখী আহি আছিল বাহনখন ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 2 =

Check Also
Close
Back to top button