অপৰাধঅসমঅসম আৰক্ষী

হাতীগাঁও নীলকমল পথত সংঘটিত দলবদ্ধ ধৰ্ষণ কাণ্ডৰ নতুন মোৰ

ভুক্তভোগী মহিলাগৰাকী কৰ্মৰত MANASTRIM TECHNOLOGY PVT LTDৰ বাকী সহকৰ্মীসকলৰ মতে এয়া সম্পুৰ্ণ পৰিকল্পিত ঘটনা৷

বুধবাৰে হাতীগাঁও নীলকমল পথত সংঘটিত দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ঘটনাই লৈছে নতুন মোৰ।

ভুক্তভোগী মহিলাগৰাকী কৰ্মৰত MANASTRIM TECHNOLOGY PVT LTDৰ বাকী সহকৰ্মীসকলৰ মতে এয়া সম্পুৰ্ণ পৰিকল্পিত ঘটনা৷ কাৰণ সহকৰ্মীসকলে কয়, ‘যদিহে সঁচাই সেইদিনা মহিলাগৰাকীৰ লগত এনে ঘটনা হৈছিল তেন্তে কিয় লগে লগে অৱগত কৰা নাছিল বাকী সহকৰ্মীসকলক’৷

তদুপৰি সেইদিনা কৰ্তব্য সম্পাদন কৰি বিয়লি কাৰ্যালয়ৰ পৰা সহকৰ্মীৰ সৈতে ওলাই গৈছিল মহিলাগৰাকী ৷ বাকী সহকৰ্মীসকলৰ অভিযোগ যে বিচৰা ধন নোপোৱাৰ বাবেই দলবদ্ধ ধৰ্ষণৰ দৰে গোচৰ তৰিলে মহিলাগৰাকীয়ে৷ একেদৰে মহিলাগৰাকীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আটাইকেইজন অভিযুক্তৰো মন্তব্য ৫ হাজাৰ টকা নিদিয়া বাবে তেওঁলোকৰ বিৰুদ্ধে ৰুজু কৰিলে ধৰ্ষণৰ গোচৰ ৷

অভিযোগ-প্ৰত্যাভিযোগৰ মাজত এতিয়া অধিক ৰহস্যৰ মাজত সোমাই পৰিছে সমগ্ৰ ঘটনা৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − ten =

Back to top button