Assamassam policeCrimeleatest update

ভুৱা কল চেণ্টাৰ আৰু চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চৰ বৃহৎ অভিযান।

প্ৰায় দুই শতাধিক প্ৰৱঞ্চকক আটক ক্ৰাইম ব্ৰাঞ্চৰ।

ভুৱা কল চেণ্টাৰ আৰু চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চৰ বৃহৎ অভিযান। হোটেল ভিভাণ্টাকে আদি কৰি মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই প্ৰায় দুই শতাধিক প্ৰৱঞ্চকক আটক কৰিছে ক্ৰাইম ব্ৰাঞ্চে।

প্ৰাক্তন IAS বিষয়া আতিকা চুলতানাৰ বাসগৃহতো চলোৱা হয় অভিযান। প্ৰাক্তন শীৰ্ষ বিষয়াগৰাকীৰ পুত্ৰ তছদিকুৰ ৰহমানক চক্ৰটোৰ মাষ্টাৰ মাইণ্ড হিচাপে চিনাক্ত কৰিছে আৰক্ষীয়ে। সম্প্ৰতি তছদিকুৰ পলাতক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.