অসমখাদ্যচিকিৎসা

বিয়া খাবলৈ গৈ বিলৈ! অসুস্থ হ’ল ১১০জনতকৈ অধিক লোক

তেজপুৰত বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত বিষক্ৰিয়া

বিবালৈ গৈ অসুস্থ হ’ল লোক! তেজপুৰত বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত বিষক্ৰিয়া।

বিয়াৰ খাদ্য খাই শৌচ, বমি আৰু মূৰৰ বিষত আক্ৰান্ত হ’ল ১১০জনতকৈ অধিক লোক।

পুঠিমাৰী বাপুভেটিত সংঘটিত এই ঘটনা।

বিবাহস্থলীৰ পৰাই বহুতক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও বহুতক বিবাহস্থলীতে দিয়া হ’ল প্ৰাথমিক চিকিৎসা।

বিবাহস্থলীত অসুস্থ হোৱা বহুসংখ্যক লোকক TMCHত ভৰ্তি কৰা হয়।

বিবাহস্থলীত খাদ্য বিভাগৰ দল উপস্থিত হৈ আহাৰৰ নমুনা সংগ্ৰহ কৰি ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.