অপৰাধঅসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতশ্ৰেণীবিহীন

এইবাৰ পৰকীয়া প্ৰেমিকাৰ গডৰেজত ওলাল পৰকীয়া প্ৰেমিক

বঙাইগাঁৱৰ ঘনদল অঞ্চলত পৰকীয়া প্ৰেমিকাৰ গডৰেজত ওলাল পৰকীয়া প্ৰেমিক।

এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

কৰ্মসূত্ৰে স্বামী অসমৰ বাহিৰত থকাৰ সুযোগ লৈ এগৰাকী মহিলাই মহানন্দ মেধি নামৰ এজন যুৱকৰ সৈতে আৰম্ভ কৰিছিল অবৈধ সম্পৰ্কৰ।

যুৱকজন মহিলাগৰাকীৰ ঘৰত থকাৰ সন্দেহ পাই স্থানীয় একাংশ লোকে অভিযান চলোৱাত গডৰেজত সোমাই পৰে পৰকীয়া প্ৰেমিক মহানন্দ।

অৱশ্যে গডৰেজৰ পৰাই ৰাইজে উদ্ধাৰ কৰে মহানন্দক।

ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দুয়োকে সোধপোচৰ বাবে লৈ যায় থানালৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.