Socialঅসম

জংঘলৰ মাজেৰে আলফা(স্বাঃ)ত যোগ দিবলৈ যাত্ৰা উজনিৰ ৫ গৰাকী যুৱতীৰ

আনহাতে, আলফা (স্বাঃ)ত যোগদান কৰা আন দুগৰাকী মৰিগাঁও আৰু মাজুলীৰ।

আলফা(স্বাঃ)ত যোগদান উজনিৰ ৫ গৰাকী যুৱতীৰ। ইয়াৰে ৪গৰাকী ৰাষ্ট্রীয় পৰ্যায়ৰ খেলুৱৈ। দুগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং খেলুৱৈৰ যোগদান আলফা(স্বাঃ)ত।

আলফা(স্বাঃ)ত যোগদান তিনিচুকীয়াৰ বক্সিং খেলুৱৈ নয়নমণি চেতিয়াৰ। নয়মণি চেতিয়া ৰাষ্ট্রীয় পৰ্যায়ৰ কিক বক্সিং খেলুৱৈ। আলফা (স্বাঃ)ত যোগদান গোগামুখৰ সবিতা চেতিয়াৰ। সবিতা চেতিয়াও ৰাষ্ট্রীয় পৰ্যায়ৰ বক্সিং খেলুৱৈ।

লালুকৰ শৰ্মিষ্ঠা শইকীয়াইও যোগদান কৰে আলফা (স্বাঃ)ত । আনহাতে, আলফা (স্বাঃ)ত যোগদান কৰা আন দুগৰাকী মৰিগাঁও আৰু মাজুলীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.