অসমদৈনিক বাতৰি
আপুনি চালানি মাছ খাই ভাল পায় নেকি? তেন্তে সাৱধান হওক চালানি মাছে কঢ়িয়াইছে বৰবিহ!
আপুনি চালানি মাছ খাই ভাল পায় নেকি? তেন্তে সাৱধান হওক চালানি মাছে কঢ়িয়াইছে বৰবিহ!
![আপুনি চালানি মাছ খাই ভাল পায় নেকি? তেন্তে সাৱধান হওক চালানি মাছে কঢ়িয়াইছে বৰবিহ! আপুনি চালানি মাছ খাই ভাল পায় নেকি? তেন্তে সাৱধান হওক চালানি মাছে কঢ়িয়াইছে বৰবিহ!](https://prathamkhabartv.com/wp-content/uploads/2023/04/1606242270_5fbd4fdee41cb_fishes-750x470.jpg)
বহিঃৰাজ্যৰ চালানি মাছত বৰবিহ
চালানি মাছে মাতিব পাৰে ভয়ংকৰ বিপদ
চালানী মাছত ধৰা পৰিছে বিষাক্ত পদাৰ্থৰ অৱস্থিতি
১৫% পৰ্যন্ত বিষাক্ত ফৰ্মেলডিহাইড পোৱা গৈছে
কেডিয়াম, আৰ্ছেনিকো ধৰা পৰিছে প্ৰাথমিক পৰীক্ষাত
ফৰ্মেলিনযুক্ত মাছ মাৰাত্মক কৰ্কট ৰোগৰ বাহক
চালানি মাছক লৈ নগাঁও পৰীক্ষাগাৰত গৱেষণা
স্বাস্থ্য বিভাগলৈ স্মাৰক পত্ৰ নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষৰ
স্বাস্থ্য বিভাগক চালানি মাছৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আহ্বান