অসমকৃষিভাৰতৰাজনৈতিক

লোকসভাত বাতিল কৰা হ’ল কৃষি আইন! কৃষক নেতা ৰাকেশ টিকৈটে ব্যক্ত কৰিলে প্ৰতিক্ৰিয়া

২৫ দিন পৰ্যন্ত চলিবলগীয়া শীতকালীন অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে। সদনৰ এই শীতকালীন অধিৱেশনত প্ৰায় ৩৫ খন বিধেয়ক উপস্থাপন কৰা হ’ব।

২৫ দিন পৰ্যন্ত চলিবলগীয়া শীতকালীন অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে। সদনৰ এই শীতকালীন অধিৱেশনত প্ৰায় ৩৫ খন বিধেয়ক উপস্থাপন কৰা হ’ব।

সদনৰ উত্তপ্ত পৰিস্থিতিৰ মাজতেই ধ্বনি ভোটৰ দ্বাৰা লোকসভাত গৃহীত হয় কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক। পুৱাৰ ভাগতে বিৰোধীয়ে কোনো আলোচনা নকৰাকৈয়ে এই বিধেয়ক গৃহীত কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে, দেশৰ বিভিন্ন প্ৰান্তত বহু সময়ৰ পৰাই কৃষি আইন বাতিল কৰাৰ প্ৰতিবাদ সাব্যস্ত হৈ আহিছে। এই আইন বাতিল হোৱাৰ পিছতে কৃষক নেতা ৰাকেশ টিকৈটে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, চৰকাৰে আলোচনা কৰাৰ বাবে আহ্বান জনোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.