অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰি

গুৱাহাটীত উদ্ধাৰ নকল টকা প্ৰস্তুত কৰা মেচিন, ঘটনাৰে জড়িত মহিলাসহ দুজনক আটক আৰক্ষীৰ

মেচিনসহ জব্দ লক্ষাধিক টকাৰ জালনোট....

গুৱাহাটীত উদ্ধাৰ দুটাকৈ নকল টকা প্ৰস্তুত কৰা মেচিন

ঘটনাৰে জড়িত মহিলাসহ দুজনক আটক আৰক্ষীৰ

মেচিনসহ জব্দ লক্ষাধিক টকাৰ জালনোট

সাতগাঁৱত জোনাকী নগৰৰ পৰা জব্দ মেচিনটো

ADCP নন্দিনী কাকতিৰ নেতৃত্ব চলিছিল এই অভিযান

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 3 =

Back to top button