অসম

পৰীক্ষা হলত ছাত্ৰই ছৰিয়ালে ছাত্ৰীক! কিন্তু কিয় ?

N I O S ৱৰ্ডৰ দ্বাৰা পৰিচালিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ চেণ্টাৰটোত সংঘটিত এক লজ্জাজনক ঘটনা

তেজপুৰ চহৰৰ দাতিকাষৰীয়া ভিতৰ পৰোৱাত অৱস্থিত হিন্দুঃস্থান কেন্দ্ৰীয় বিদ্যালয়ত ১৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা N I O S ৱৰ্ডৰ দ্বাৰা পৰিচালিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ চেণ্টাৰটোত সংঘটিত হ’ল এক লজ্জাজনক ঘটনা।গহপুৰৰ প্ৰজ্ঞাশ্ৰী বৈশ্নৱ নামৰ শিক্ষীৰ্থী গৰাকীয়ে ইটাখোলাৰ ৰোলজান উদ্দিৰ আলি নামৰ শিক্ষাৰ্থী গৰাকীয়ে পৰীক্ষা হলত মোবাইল ফোন লৈ প্ৰৱেশ কৰাৰ কথা বিদ্যালয় কতৃপক্ষক জনোৱাৰ বাবেই বিদ্যালয় সন্মুখতে প্ৰহাৰ কৰে প্ৰজ্ঞাশ্ৰী নামৰ যুৱতী গৰাকীক ৷ ঘটনাতো সন্দভত স্থানীয় মহাভৈৰব আৰক্ষী চকীত যুৱতী গৰাকীয়ে এজাহাৰ দাখিল কৰে যদিও মহাভৈৰব আৰক্ষীৰ সহযোগ সন্তোষজনক নোহোৱাত তেজপুৰ সদৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া মিন্তো বড়োক জনোৱাতহে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.