অপৰাধঅসমঅসম আৰক্ষী

মহানগৰীত পুনৰ এনকাউণ্টাৰ!

ড্ৰাগছ ব্যৱসায়ীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

◼ মহানগৰীত পুনৰ এনকাউণ্টাৰৰ ঘটনা

◼ ড্ৰাগছ ব্যৱসায়ীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

◼ গড়চুক আৰক্ষীৰ গুলীত আহত ড্ৰাগছ ব্যৱসায়ী তছেৰ আলী

◼ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীৰ গুলী

◼ ড্ৰাগছৰ ঘাটি পৰ্যবেক্ষণৰ বাবে ৰাণীলৈ নিছিল তছেৰ আলীক

◼ সোমবাৰে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল তছেৰ আলীক

◼ ISBTৰ পৰা ৫০০ গ্ৰাম ব্ৰাউন ছুগাৰসহ গ্ৰেপ্তাৰ কৰিছিল

◼ কুখ্যাত ড্ৰাগ্ছ মাফিয়া আল্লিয়াৰ স্বামী তছেৰ আলী

◼পূৰ্বেও কেইবাবাৰো গ্ৰেপ্তাৰ হৈছিল ড্ৰাগ্ছ মাফিয়া তছেৰ

◼GMCH লৈ প্ৰেৰণ আঘাতপ্ৰাপ্ত তছেৰ আলীক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 2 =

Back to top button