অসমআঞ্চলিকদৈনিক বাতৰি

ধমধমাত বন্যহস্তীৰ উপদ্ৰৱ, ভাঙি চূৰমাৰ কৰে কলৰ বাগানৰ ৰিজৰ্টখনৰ লগতে শিশু উদ্যান

ধমধমাত বন্যহস্তীৰ উপদ্ৰৱ, ৰিজৰ্টখনৰ কলৰ বাগানৰ লগতে ভাঙি চূৰমাৰ কৰে শিশু উদ্যানখনো

ধমধমাত বন্যহস্তীৰ উপদ্ৰৱ। বিগত প্ৰায় ছমাহ ধৰি নলবাৰী জিলাৰ লগতে বাক্সা জিলাৰ ভিন্ন প্ৰান্তত এজাক বন্যহস্তীয়ে সৃষ্টি কৰি আহিছে আতংকৰ। অঞ্চলটোৰ খেতিপথাৰত হাতীৰ জাকটো সোমাই নষ্ট কৰিছে শস্য।

শনিবাৰে নিশা নলবাৰীৰ মাজুশিৰাল গাঁৱত অৱস্থিত বিৰিণা ৰিজৰ্টৰ বিস্তৰ ক্ষতি সাধন কৰে বন্যহস্তীৰ জাকটোৱে৷ ৰিজৰ্টখনৰ কলৰ বাগানৰ লগতে ভাঙি চূৰমাৰ কৰে শিশু উদ্যানখনো। বন বিভাগক হাতীৰ জাকটো বনাঞ্চললৈ খেদি পঠিয়াবলৈ আহ্বান জনায় অঞ্চলটোৰ ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.