অপৰাধঅসম

ৰাজকন্যাৰ বিৰুদ্ধে তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজকন্যাক জামিনৰ সুযোগ দিয়া আৰক্ষীৰ বিৰুদ্ধেও তদন্তৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে

দুদিনৰ পুৰ্বে গুৱাহাটী মহানগৰীত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা।
সুৰামত্ত যুৱতীগৰাকীৰ বাহনে মহতিয়াই নিছিল নিশাৰ ৰাজপথত কৰ্মৰত লোকনিৰ্মাণ বিভাগৰ ৯ জনকৈ শ্ৰমিকক।।
এই দুৰ্ঘটনাত পথত কাম কৰি থকা ৯ জন শ্ৰমিকক মহতিয়াই নিয়ে ৰাজকন্যা বৰুৱা নামৰ যুৱতী গৰাকীয়ে। ইয়াৰ পিছতে আটাই কেইজনক হস্পাতালত ভৰ্তি কৰোৱা হয়।
যুৱতী গৰাকীয়ে সংঘটিত কৰা দুৰ্ঘটনাত দুয়োখন ভৰি হেৰুৱাবলগীয়া হয় যোচেফ নামৰ এজন শ্ৰমিকে। তাৰ । আৰু এই পৰ্যন্ত চেতনা ঘূৰি নহা যোচেফৰ। তাৰোপৰি ঘটনাস্থলিতে এখন ভৰি হেৰুৱাই এজন শ্ৰমিকে।

নিশাই দিছপুৰ আৰক্ষীয়ে আটক কৰিছে সুৰামত্ত যুৱতী গৰাকীক। কিন্তু ঘটনাৰ ১ দিন পিছতেই জামিন লাভ কৰিছিল ৰাজকন্যা বৰুৱাই।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি তদন্ত ঘোষণা কৰিছে। তাৰ লগতে ৰাজকন্যাক জামিনৰ সুযোগ দিয়া আৰক্ষীৰ বিৰুদ্ধেও তদন্তৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.