AssamInternationalleatest update

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ।

আত্মসমৰ্পণ কৰাৰ পাছতেই গ্ৰেপ্তাৰ ট্ৰাম্পক

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ

বৃহস্পতিবাৰে সন্ধিয়া জৰ্জিয়াত গ্ৰেপ্তাৰ কৰা হয় ট্ৰাম্পক

আত্মসমৰ্পণ কৰাৰ পাছতেই গ্ৰেপ্তাৰ ট্ৰাম্পক

বিভিন্ন আদালতত মুঠ ৪বাৰ আত্মসমৰ্পণ কৰিছিল ট্ৰাম্পে

২ লাখ ডলাৰৰ বণ্ডত জামিন লাভ ট্ৰাম্পৰ

নিৰ্বাচনৰ ফলাফল সলনি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ

২০২০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল সলনিৰ অভিযোগ

এইপৰ্যন্ত গোচৰটোত অভিযুক্ত ১৯জনক গ্ৰেপ্তাৰ

জৰ্জিয়াত ১৯টা গোচৰৰ সন্মুখীন হৈছে ট্ৰাম্পে

ট্ৰাম্পৰ কেইবাজনো সমৰ্থকে কৰিছে আত্মসমৰ্পণ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.