AssamCity newsSportsঅসমখেলগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰত

EURO 2024ৰ অন্তিম আঠত প্ৰৱেশ পৰ্তুগাল দলৰ…..

ইউৰো ২০২৪ৰ অন্তিম আঠত প্ৰৱেশ পৰ্তুগাল দলৰ

শ্ল’ভেনিয়াৰ বিৰুদ্ধে টাইব্ৰেকাৰত জয়লাভ পৰ্তুগালৰ

খেলখনৰ অন্তত পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে অৱসৰৰ পৰিকল্পনা ঘোষণা কৰে

ৰোনাল্ডৱে পেনাল্টি মিছ কৰাৰ পিছত মাতৃৰ চকুত চকুলো, এখন বিশেষ ফটো বৰ্তমান ভাইৰেল হৈ পৰিছে ইণ্টাৰনেটত

মেচৰ অন্তত ৰোনাল্ডোৱে কয়  “মোৰ এইখন কেৰিয়াৰৰ অন্তিম খন খেল ইউৰো কাপৰ”

“মই আপ্লুত হৈছো আজি পৰিয়াল কাষতে আছে”

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.