AssamGovernment Schemeleatest updatepoliticalSocial

দিছপুৰত সম্পন্ন ৰাজ্যিক কেবিনেটৰ বৈঠক; কি কি সিদ্ধান্ত গ্ৰহণ কেবিনেটত?

চাউল বিতৰণৰ এই ৬টা দিন পালন কৰা হ’ব অন্নসেৱা সপ্তাহ হিচাপে

দিছপুৰত সম্পন্ন ৰাজ্যিক কেবিনেটৰ বৈঠক
কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
UNESCOৰ হেৰিটেজত স্থান পাব চৰাইদেউ জিলা
চৰাইদেউ মৈদাম চাবৰ বাবে অক্টোবৰত অসমলৈ আহিব UNESCOৰ দল
ৰাজ্যৰ বান পৰিস্থিতিক লৈ আলোচনা কেবিনেটত
OBCৰ প্ৰমাণ পত্ৰ দিয়াৰ ক্ষেত্ৰত আন এক সিদ্ধান্ত
OBCৰ প্ৰমাণ পত্ৰ দিয়াৰ ক্ষেত্ৰত টাই আহোম ৱেলফেয়াৰ ছ’চাইটিক দায়িত্ব
মহানগৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ বাবে ১১০.৯৮ কোটি টকা অনুমোদন
পুলিচ ৰিজাৰ্ভৰ বাবে অনুমোদন ৬০৫.৫ কোটি টকা অনুমোদন
যোৰহাট কাৰাগাৰ উদ্যানৰ বাবে ১৫৮.৮ কোটি টকা অনুমোদন
যোৰহাট লাচিত মৈদামৰ বাবে ২১৪.৯৬ কোটি টকা অনুমোদন
বটদ্ৰৱা থানৰ বাবে ১১৪.২২ কোটি টকা অনুমোদন
আলাবৈ ৰণৰ স্মৃতিক্ষেত্ৰৰ বাবে ১৫৫.৭৫ কোটি টকা অনুমোদন
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউল বিতৰণৰ বাবে বিশেষ SOP
প্ৰতিমাহৰ ১ৰ পৰা ৯ তাৰিখৰ ভিতৰত দিব লাগিব ৰেচন কাৰ্ডৰ চাউল
৯ৰ পৰা ১৬ তাৰিখৰ ভিতৰত হিতাধিকাৰীক দিব লাগিব বিনামূলীয়া চাউল
চাউল বিতৰণৰ এই ৬টা দিন পালন কৰা হ’ব অন্নসেৱা সপ্তাহ হিচাপে
নাৰ্ছিং পেৰামেডিকেল ইনষ্টিটিউটক লৈ নতুন নিয়ম গঠন কেবিনেটত
এতিয়াৰে পৰা এনে প্ৰতিষ্ঠান খুলিলে মানিব লাগিব চৰকাৰৰ নতুন নিয়ম
অনুমতিপ্ৰাপ্ত প্ৰতিষ্ঠানে ৩ বছৰৰ ভিতৰত কৰিব লাগিব নতুন নিয়মৰ প্ৰক্ৰিয়া
সংবাদ মেলত ঘোষণা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − 5 =

Back to top button