অসম

নিমাতীঘাটত হাহাকাৰ, পুনৰ বন্ধ হ’ল নিমাতী-মাজুলী ফেৰী সেৱা…

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে ।

পুনৰ বন্ধ হ’ল মাজুলী-নিমাতী ফেৰী সেৱা। আজিৰে পৰা পুনৰ অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল ফেৰী সেৱা।

 

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে ।

 

বুধবাৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু হ্ৰাস পোৱাৰ বাবে মুকলি কৰি দিয়া হৈছিল ফেৰীসেৱা। কিন্তু ফেৰীসমূহ চলাচলৰ অনুমতি দিয়া হৈছিল যদিও নেৰানেপেৰা বৰষুণৰ বাবে বৃহস্পতিবাৰে আকৌ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত ফেৰী সেৱা বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লয় বিভাগে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.