AssamCity newsCrimeleatest updateSocial

মহানগৰীৰ একাংশ UNISEX পাৰ্লাৰত কি চ ‘লে!

উলংগ কৰি ভিডিঅ’ বনাই ব্লেকমেইলিঙেৰে ধন দাবী দুষ্ট চক্ৰৰ...

বৰ্তমান সময়ত প্ৰায় ৯০% ল’ৰা-ছোৱালীয়ে পাৰ্লালৈ যায়। কিন্তু মহানগৰীৰ একাংশ UNISEX পাৰ্লাৰত কি চলে। আপুনিও ভুক্তভুগী নেকি?

পোহৰলৈ আহিছে মহানগৰীৰ UNISEX পাৰ্লাৰৰ এক চাঞ্চল্যকৰ ঘটনা। যুৱতীক উলংগ কৰি ভিডিঅ’ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছত ভুক্তভুগীক ব্লেকমেইলিঙেৰে ধন দাবী দুষ্ট চক্ৰৰ। উল্লেখ্য যে, ঘটনাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে ৰুমী নায়ক নামৰ প’ৰ্টেলৰ এগৰাকী মহিলা সাংবাদিক। ৪টাকৈ প’ৰ্টেলৰ সৈতে জড়িত আছিল ৰুমী। জামিনবিহীন ধাৰাৰে ৬টাকৈ গোচৰ ৰুজু আৰক্ষীৰ।

দলটোত প্ৰায় ১৪গৰাকী যুৱক থকাৰ তথ্য পোৱা গৈছে। CCTV কেমেৰাত বন্দী হৈছে পাৰ্লাৰত এজন এজনকৈ প্ৰৱেশৰ দৃশ্য। এই সন্দৰ্ভত বৰ্তমান চলি আছে আৰক্ষীৰ অভিযান। আন দুই প’ৰ্টেল সাংবাদিকৰ বিৰুদ্ধেও অভিযোগ। অভিযোগ অমৰজ্যোতি ডেকা আৰু ৰুবুল বৰ্মনৰ বিৰুদ্ধে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.