Assamassam policeCity newsCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

যোৰহাটত ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ ৰাইজ, ডাম্পাৰ আবদ্ধ কৰিবলৈ যাওতেই প্ৰচণ্ড মাৰপিট…..

যোৰহাটত ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ ৰাইজ

ডাম্পাৰৰ বিৰুদ্ধে অতিষ্ঠ ৰাইজে ধৰিলে ৰুদ্ৰমূৰ্তি

ৰাজপথলৈ ওলাই আহিল শ শ পুৰুষ-মহিলা

মালৌআলি পথত আবদ্ধ কৰিলে শ শ ডাম্পাৰ

ডাম্পাৰ আবদ্ধ কৰিবলৈ যাওতেই প্ৰচণ্ড মাৰপিট

পুৱাৰ পৰা নিশালৈ এটা পথত চলে শ শ ডাম্পাৰ। দীৰ্ঘদিনে ডাম্পাৰ চলাচলৰ ফলত জীয়াতু ভুগি আহিছে অঞ্চলটোৰ ৰাইজে। ইমানৰ পিছতো চকু মুদা কুলিৰ ভাৱত বন বিভাগ। উত্তৰ পশ্চিম যোৰহাটৰ মালো আলি বাইপাছত আজি স্থানীয় মহিলা সকলে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰে। লগতে সহযোগ কৰে অঞ্চলৰ পুৰুষ সকলেও। কাৰণ দীৰ্ঘ দিন ধৰি ভোগদৈ আৰু ব্ৰহ্মপুত্ৰৰ পৰা বালি আৰু মাটি কঢ়িওৱা ডাম্পাৰ ফলত সঘনাই সংঘটিত হৈ আহিছিল দূৰ্ঘটনা।আনকি ডাম্পাৰ সমূহে কঢ়িওৱা বালি ফলত দৈনিক জিয়াটো ভুগি আহিছিল ধুলিৰ ফলত।যাৰফলত আজি উপায়ন্তৰ হৈ বন্ধ কৰি দিয়ে পথটো লগতে আবদ্ধ কৰি ৰাখে ডাম্পাৰ সমুহ। ইতিমধ্যে আৰক্ষী আৰু যান বাহন আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লবলৈ চেষ্টা কৰিছে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − ten =

Back to top button