অসমআঞ্চলিক

এইবাৰ AC বাছত গৰু! AC বাছৰ পৰা জাকে জাকে নামিছে গৰু…

নৈশ বাছত গৰুৰ জাক, ক'ত এই ঘটনা?

এইবাৰ AC বাছত আহিল গৰু! AC বাছৰ পৰা জাকে জাকে নামিছে গৰু…

বৰ্তমান সময়ত গো সৰবৰাহৰ দৰে ঘটনা খুউব সঘনাই সংঘটিত হয়৷ ন ন কৌশলৰে গো সৰবৰাহ কৰিবলৈ লৈছে সৰবৰাহকাৰীয়ে৷ এইবাৰ নৈশ বাছৰে গো-ধন সৰবৰাহৰ চেষ্টা সৰবৰাহকাৰীৰ। নৈশ বাছত এইবাৰ যাত্ৰী নহয় আহিল গৰু। গো-ধন সৰবৰাহৰ নতুন কৌশল, নৈশ বাছৰ ভিতৰত গৰু সৰবৰাহ।

নিশা জখলাবন্ধা আৰক্ষীৰ জালত এখন নৈশ বাছ৷ বাছখনত উদ্ধাৰ ২৫টাকৈ গৰু।নিশা জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে নৈশ বাছখন৷ লগতে নৈশ বাছখনৰ পৰা উদ্ধাৰ কৰে গৰু।
অৰুণাচলৰ পৰা অসম-নগাঁৱৰ ৰূপহী অভিমুখে গৰু লৈ আহিছিল AS 01 EC 3337 নম্বৰৰ এখন নৈশ বাছখনে৷

আৰক্ষীয়ে আটক কৰিছে ২ গো-ধন সৰবৰাহকাৰী ক্ৰমে- ছামগুৰিৰ হাবিবুৰ ৰহমান আৰু কামপুৰৰ ৰিবুল হুছেইন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.