গুৱাহাটীচাকৰি

আজি ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি! কি বিভাগত কিমানে পালে নিযুক্তি?

নিযুক্তি পত্ৰ বিতৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আজি গুৱাহাটীত ৰাজ্য চৰকাৰৰ বিশাল নিযুক্তি প্ৰদান কাৰ্যসূচী৷ ২৪টা বিভাগত ১১,২৩৬ গৰাকীক নিযুক্তি পত্ৰ বিতৰণ
নিযুক্তি পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ খানাপাৰত নিযুক্তি প্ৰদান বিতৰণ অনুষ্ঠান৷

ক’ত কেনেকৈ হ’ব নিযুক্তি-

১) গৃহ আৰু ৰাজনৈতিক বিভাগত ৫,৩৩৫ জনক নিযুক্তি
২) উচ্চ/কাৰিকৰী শিক্ষা বিভাগত ৯২৭জনক নিযুক্তি
৩) শিক্ষা বিভাগত ৩.৮১১ জনক নিযুক্তি
৪) উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠানত ১জনক নিযুক্তি
৫) পঞ্চায়ত আৰু গ্ৰামোন্নয়নত ২৭৭ জনক নিযুক্তি
৬) লোক নিৰ্মাণ বিভাগত ৩০৪জনক নিযুক্তি
৭) পৰ্যটন বিভাগত ৬ জনক নিযুক্তি
৮) লসিঞ্চন বিভাগত ১৩৭ জনক নিযুক্তি
৯) পৰিবহণ বিভাগত ৩ জনক নিযুক্তি
১০) গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগত ১জনক নিযুক্তি
১১) পৰিৱেশ আৰু বন বিভাগত ৩৩ জনক নিযুক্তি
১২) মহিলা আৰু শিশু উন্নয়ন বিভাগত ৪জনক নিযুক্তি
১৩) জলসম্পদ বিভাগত ৩জনক নিযুক্তি
১৪) জনস্বাস্থ্য কাৰিকৰী বিভাগত ৪জনক নিযুক্তি
১৫) ক্ৰীড়া আৰু যুৱৃ-কল্যাণ বিভাগত ১৩ জনক নিযুক্তি
১৬) হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগত ৬ জনক নিযুক্তি
১৭) ৰূপান্তৰ আৰু উন্নয়ন বিভাগত ১১ জনক নিযুক্তি
১৮) সমবায় বিভাগত ২ জনক নিযুক্তি
১৯) দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগত ২৪ জনক নিযুক্তি
২০) তথ্য আৰু জনসংযোগ বিভাগত ১জনক নিযুক্তি
২১) তথ্য প্ৰযুক্তি বিভাগত ৪ জনক নিযুক্তি
২২) পশু-পালন আৰু পশু চিকিৎসা ২৭ জনক নিযুক্তি
২৩) মীন বিভাগত ৩ জনক নিযুক্তি

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 12 =

Back to top button