Covid-19অসম

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি ক’ভিডৰ সংক্ৰমণ, শনিবাৰৰ দিনটোত আক্ৰান্ত ২১১জন…

ক'ভিডত আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে ১,৫৪১জন। ৰাজ্যত আৰোগ্যৰ হাৰ ৯৮.৬৯%।

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। শনিবাৰে ক’ভিডত আক্ৰান্ত হৈছে ২১১জন লোক। কামৰূপ(ম)ত সৰ্বাধিক আক্ৰান্ত হৈছে ৮৮ জন লোক।

 

ডিব্ৰুগড়ত ক’ভিডত আক্ৰান্ত ২৭জন, নগাঁৱত আক্ৰান্ত ১৩ জন আৰু শোণিতপুৰত ক’ভিডত আক্ৰান্ত হৈছে ১০জন লোক। আনহাতে, শনিবাৰৰ দিনটোত আক্ৰান্তৰ হাৰ ১২.৪০%লৈ বৃদ্ধি।

 

ক’ভিডত আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে ১,৫৪১জন। ৰাজ্যত আৰোগ্যৰ হাৰ ৯৮.৬৯%।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.