Covid-19স্বাস্থ্য

আহি গ’ল ক’ভিডৰ নতুন SOP। কি কি আছে এই SOPখনত!

ক'ভিডক লৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে নতুন গাইড লাইন

ক’ভিডক লৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে নতুন গাইড লাইন। সেই অনুসৰি কাইলৈ অৰ্থাৎ শনিবাৰৰ পৰা বিদেশৰ পৰা ভাৰতলৈ অহা যাত্ৰীসকলৰ ক্ষেত্ৰত Thermal screening অৰ্থাৎ তাপমাত্ৰা জোখাটো বাধ্যতামূলক। যদি সেই screeningৰ সময়ত যদি কোনো যাত্ৰীৰ শৰীৰত ক’ভিডৰ লক্ষণ দেখা যায় তেন্তে ততালিকৈ সেইযাত্ৰীয়ে ক’ভিড পৰীক্ষা কৰাব লাগিব। বিমানেৰে অহা দুই শতাংশ যাত্ৰীৰো ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। জনসমাগম অঞ্চলত মাক্স পৰিধান কৰাৰ পৰামৰ্শ আগবঢ়াই কেন্দ্ৰীয় চৰকাৰে। প্ৰতিজন নাগৰিককে প্ৰতিষেধকমূলক বুষ্টাৰ ড’জ ল’বলৈও আহ্বান জনায় কেন্দ্ৰীয় চৰকাৰে।

 

কেন্দ্ৰীয় চৰকাৰৰৰ সমান্তৰালকৈ অসম চৰকাৰও সাজু হৈছে ক’ভিডৰ সৈতে যুঁজিবলৈ। ক’ভিডৰ নতুন ভেৰিয়েণ্টক ৰুধিবলৈ সাজু GMCH।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.