Educationঅসমগুৱাহাটীদৈনিক বাতৰি

ঘোষণা হ’ল ২৩ বৰ্ষৰ HSLCৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ দিন…

কেতিয়া অনুষ্ঠিত হ'ব কোনটো বিষয়ৰ পৰীক্ষা? পঢ়ক সবিশেষ ...

২৩ বৰ্ষৰ HSLCৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ দিন ঘোষণা
৪ৰ পৰা ৮ জুলাইলৈ অনুষ্ঠিত হ’ব পৰীক্ষা
অসম মাধ্যমিক শিক্ষা পৰিষদৰ সময়সূচী ঘোষণা
আগবেলা পুৱা ৯ বজাৰ পৰা ১২ বজালৈ
পিছবেলা দুপৰীয়া ১.৩০বজাৰ পৰা ৪.৩০ বজালৈ
৪ জুলাইত আগবেলা MILৰ পৰীক্ষা
পিছবেলা ঐচ্ছিক বিষয় ভূগোল, সংস্কৃতৰ পৰীক্ষা
৫ জুলাইত আগবেলা সাধাৰণ বিজ্ঞানৰ পৰীক্ষা
পিছবেলা ঐচ্ছিক বিষয় হিন্দী, উচ্চ গণিতৰ পৰীক্ষা
৬ জুলাইত আগবেলা অনুষ্ঠিত হ’ব সাধাৰণ গণিত
৭ জুলাইত আগবেলা অনুষ্ঠিত হ’ব ইংৰাজী পৰীক্ষা
পিছবেলা কম্পিউটাৰ, আৰৱী, পাৰ্চিয়ান বিষয়ৰ পৰীক্ষা
৮ জুলাইত আগবেলা সমাজ বিজ্ঞানৰ পৰীক্ষা
পিছবেলা ইতিহাস, ঐচ্ছিক অসমীয়াৰ পৰীক্ষা

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + twelve =

Back to top button