Covid-19ভাৰত

দেশত ২৪ ঘণ্টাত ৩৩,৩৭৯ জনলৈ বৃদ্ধি পালে নতুন কোভিড আক্ৰান্তৰ সংখ্যা

দেশত পুনৰ কৰোনা ভাইৰাছ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে। যোৱা ২৪ ঘণ্টাত ভাৰতত ৩৩,৩৭৯জন নতুন কোভিড আক্ৰান্তৰ খবৰ পোৱা গৈছে, লগতে মৃত্যু হৈছে ১২৪ জন লোকৰ।

দেশত পুনৰ কৰোনা ভাইৰাছ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে। যোৱা ২৪ ঘণ্টাত ভাৰতত ৩৩,৩৭৯জন নতুন কোভিড আক্ৰান্তৰ খবৰ পোৱা গৈছে, লগতে মৃত্যু হৈছে ১২৪ জন লোকৰ।

নতুন পৰিসংখ্যাৰ সৈতে, দেশত আক্ৰান্তৰ সংখ্যা ৩,৪৯,৬০,২৬১ত উপনীত হৈছে। এতিয়ালৈ, ৪ লাখ ৮২ হাজাৰ ১৭ জন লোকে সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে। বৰ্তমান দেশত ১ লাখ ৭১ হাজাৰ ৮৩০ জন সংক্ৰমিত লোকৰ চিকিৎসা চলি আছে। ভাল খবৰটো হ’ল যে এতিয়ালৈকে ৩ কোটি ৪৩ লাখ ৬ হাজাৰ ৪১৪ জন লোক সুস্থ হৈ ঘৰলৈ উভতি আহিছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.