অৰ্থনৈতিকঅসমৰাজনৈতিক

‘মই ১৪ হাজাৰ কোটি টকা ঋন লম৷ মই গৌৰৱেৰে সৈতে লম। অহা বছৰ আৰু বেছি লম ৷’- ঋণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, সকলোৱে ঋণ লৈ আগুৱাই যাব আৰু অসম পিছুৱাই নাথাকে৷

‘বিধানসভাই এইবছৰ মোক ১৬ হাজাৰ কোটি টকা ল’বলৈ অনুমতি দিছে ৷ মই ১৪ হাজাৰ কোটি টকা ঋন লম৷ মই গৌৰৱেৰে সৈতে লম। অহা বছৰ আৰু বেছি লম ৷’- ঋণ লোৱাৰ ওপৰত সদনত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, সকলোৱে ঋণ লৈ আগুৱাই যাব আৰু অসম পিছুৱাই নাথাকে৷ অহা বছৰ ১৮ হাজাৰ কোটি টকা আৰু তাৰ পিছৰ বছৰত ২২ হাজাৰ কোটি টকা ল’ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে৷
বিৰোধীক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ‘গৌৰৱসহকাৰে ঋন লব তেওঁ৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − seventeen =

Back to top button