অসমগুৱাহাটীদৈনিক বাতৰি
‘মোৰ ৰিপ্লাই শুনিবই লাগিব, নিশা ২ বজাত হ’লেও ৰিপ্লাই দিম’
ৰাতি ৩-৪ বাজিলেও মই উত্তৰ নিদিয়াকৈ ওলাই নাযাও
!['মোৰ ৰিপ্লাই শুনিবই লাগিব, নিশা ২ বজাত হ’লেও ৰিপ্লাই দিম’ 'মোৰ ৰিপ্লাই শুনিবই লাগিব, নিশা ২ বজাত হ’লেও ৰিপ্লাই দিম’](https://prathamkhabartv.com/wp-content/uploads/2023/03/WhatsApp-Image-2023-03-29-at-12.46.19-PM-598x470.jpeg)
সদনত মুখ্যমন্ত্ৰীৰ ভাষণত বাধা বিৰোধীৰ
‘আমি বিৰোধী দলপতি, উপ দলপতিৰ কথা শুনিলো’
‘গতিকে মোৰ ৰিপ্লাই শুনিবই লাগিব’
‘নিশা ২ বজাত হ’লেও ৰিপ্লাই দিম’
‘ৰাতি ৩-৪ বাজিলেও মই উত্তৰ নিদিয়াকৈ ওলাই নাযাও’
‘সদনত বহিয়েই থাকিম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ’
‘উত্তৰ শুনিবলৈ ইমান ভয় কিহৰ’
কাপুৰুষ নেকি বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ