অপৰাধঅসমআঞ্চলিক

নাৰকীয়! গৰ্ভৱতী পত্নীক হত্যা নিচাসক্ত স্বামীৰ

হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীৰ, দীৰ্ঘদিনৰ পৰা পত্নীক অত্যাচাৰ চলাই আহিছিল স্বামী ৰবিউলে

নাৰকীয়! গৰ্ভৱতী পত্নীক হত্যা নিচাসক্ত স্বামীৰ

 

চাপৰত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা৷ হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীৰ৷ দীৰ্ঘদিনৰ পৰা পত্নীক অত্যাচাৰ চলাই আহিছিল স্বামী ৰবিউলে৷

নিশা নিচাসক্ত অৱস্থাত নিৰ্মমভাৱে প্ৰহাৰ কৰে গৰ্ভৱতী পত্নীক, তাৰ পিছতেই মৃত্যুক সাৱটি লৈ পত্নী ৰেহেনা খাতুনে৷ দুটি সন্তানৰ মাতৃ ৰেহেনা খাতুন৷ ঘটনা সন্দৰ্ভত স্থানীয়লোকৰ ভাষ্য অনুসৰি বুধবাৰৰ দিনা বোৱাৰীগৰাকীক হত্যা কৰি নাটকীয়ভাৱে পৰিয়ালৰলোকে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে।

শালকোচাত নিশা ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী৷ স্বামী ৰবিউলক আটক কৰাৰ উপৰিও মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য।

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.