অসমৰাজনৈতিক

অসমৰ ৰাজনীতিত বৃহৎ পট পৰিৱৰ্তনৰ সম্ভাৱনা!

নৱেম্বৰত পুনৰ অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন!

◾অসমৰ ৰাজনীতিত বৃহৎ পট পৰিৱৰ্তনৰ সম্ভাৱনা

◾নৱেম্বৰত পুনৰ অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন!

◾৯ টা সমষ্টিত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন!

◾বটদ্ৰৱা, বকো, নগাওঁ, ৰহা, দুধনৈত উপ-নিৰ্বাচনৰ সম্ভাৱনা

◾নাওবৈছা, তিতাবৰ, বৰাক উপত্যকাৰ দুটা সমষ্টিতো হ’ব উপ-নিৰ্বাচন

◾ভৰত নৰহ, ভাস্কৰজ্যোতি বৰুৱা, শিৱামণি বৰাৰ বিজেপিতযোগদানৰসম্ভাৱনা

◾বিজেপিলৈ যাব পাৰে কমলাক্ষ দে পুৰকায়স্থ, শশীকান্ত দাস, নন্দিতা দাস

◾ৰকিবুল হুছেইন আৰু ৰেকিবুদ্দিন আহমেদ যাব অগপলৈ

◾শ্বেৰমান আলীৰ AIUDF ত যোগদানৰ সম্ভাৱনা

◾ইয়াৰ পাছতেই একপ্ৰকাৰ শূন্য হৈ পৰিব কংগ্ৰেছ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 2 =

Back to top button