অসমআঞ্চলিকজীৱনশৈলী

চোৰৰ সংখ্যা বাঢ়িছে বিধায়ক আৱাসত, পুনৰ চুৰি হ’ল বিধায়কৰ চাইকেল

বিধায়ক সুৰেন ফুকনৰ চাইকেলখন ২৩ আগষ্টত কোনো লোকে আৱাস ভৱনৰ পৰাই চুৰ কৰি লৈ যায়

পুনৰ পোহৰলৈ আহিছে বিধায়ক আৱাসৰ পৰা চাইকেল চুৰিৰ ঘটনা। নতুন বিধায়ক আৱাস গৃহৰ পৰা পুনৰ চুৰি হৈছে এখন চাইকেল।

বিধায়ক সুৰেন ফুকনৰ চাইকেলখন ২৩ আগষ্টত কোনো লোকে আৱাস ভৱনৰ পৰাই চুৰ কৰি লৈ যায়। নতুন আৱাসৰ দ্বিতীয় মহলাত আছিল চাইকেলখন।

অৱশ্যে, চোৰক ধৰা পেলাবৰ বাবে যদিও CCTV কেমেৰাৰ ফুটেজ পৰীক্ষা কৰা হৈছে, তথাপি এতিয়া পৰ্যন্ত ওলোৱা নাই চাইকেল চোৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − two =

Back to top button