AssamCity newsCMO AssamnationalPMo indiapoliticalঅসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

পশ্চিমবংগৰ শিলিগুৰিত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, যাত্ৰীবাহী ৰে’ল-মালবাহী ৰে’লৰ মুখামুখি সংঘৰ্ষ…….

পশ্চিমবংগৰ শিলিগুৰিত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

যাত্ৰীবাহী ৰে’ল-মালবাহী ৰে’লৰ মুখামুখি সংঘৰ্ষ

দাৰ্জিলিঙৰ ফান্সিদেৱাত সংঘটিত এই দুৰ্ঘটনা

দুৰ্ঘটনাত পতিত আগৰতলা-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ

লাইনচ্যুত হৈছে ৰে’লখনৰ ৫টাকৈ ডবা

বিধ্বস্ত দবাৰ পৰা যাত্ৰীক উদ্ধাৰৰ চেষ্টা প্ৰশাসনৰ

স্থানীয় ৰাইজৰ সহযোগত প্ৰশাসনৰ উদ্ধাৰ অভিযান অব্যাহত

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৬ যাত্ৰীক উদ্ধাৰ

লাইনচ্যুত ডবাৰ মাজত বহুযাত্ৰী আবদ্ধ হৈ থকাৰ সম্ভাৱনা

এইপৰ্যন্ত ১৫ যাত্ৰীৰ মৃত্যুৰ খবৰ

মৃতকৰ ভিতৰত আছে এজন ৰে’ল কৰ্মচাৰী

গুৰুতৰভাৱে আহত শতাধিক যাত্ৰী

ঘটনা সন্দৰ্ভত টুইটযোগে প্ৰতিক্ৰিয়া ৰে’লমন্ত্ৰী অশ্বিনী বিষ্ণইৰ

ছিগনেল অমান্য কৰাৰ বাবে দুৰ্ঘটনাৰ সন্দেহ

মালবাহী ৰে’লখনে ছিগনেল নমনাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ

NDRF-SDRFৰ তৎপৰতা অভিযান

দুৰ্ঘটনাস্থলীলৈ প্ৰেৰণ ১৫ খন এম্বুলেঞ্চ

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.