অপৰাধঅসম

৫ কোটি মূল্যৰ ড্ৰাগ্ছ জব্দ

ডাম্পাৰৰ টেংকিত উদ্ধাৰ ৬০ পেকেট ড্ৰাগ্ছ

◼ বোকাজানত ড্ৰাগ্ছ বিৰোধী অভিযান আৰক্ষীৰ

◼ ফুলবাৰীত বাবা হাজৰিকাৰ বাসগৃহত অভিযান

◼ ডাম্পাৰৰ টেংকিত উদ্ধাৰ ৬০ পেকেট ড্ৰাগ্ছ

◼ জব্দকৃত ড্ৰাগ্ছখিনিৰ ওজন প্ৰায় ৮০০ গ্ৰাম

◼ ড্ৰাগ্ছখিনিৰ বজাৰ মূল্য ৫ কোটিৰো অধিক

◼ড্ৰাগছৰ লগতে উদ্ধাৰ হৰিণৰ লাওখোলা, কাছৰ চলং, হাতীৰ ভৰিৰ হাঁড়

◼ দীৰ্ঘদিন ধৰি ড্ৰাগ্ছৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ

◼ জব্দ তিনিখনকৈ বিলাসী বাহন, এখন ডাম্পাৰ

◼ অধিক তথ্যৰ বাবে জেৰা অব্যাহত আৰক্ষীৰ

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব ।

five × two =

Back to top button