অপৰাধঅসম

৫ কোটি মূল্যৰ ড্ৰাগ্ছ জব্দ

ডাম্পাৰৰ টেংকিত উদ্ধাৰ ৬০ পেকেট ড্ৰাগ্ছ

◼ বোকাজানত ড্ৰাগ্ছ বিৰোধী অভিযান আৰক্ষীৰ

◼ ফুলবাৰীত বাবা হাজৰিকাৰ বাসগৃহত অভিযান

◼ ডাম্পাৰৰ টেংকিত উদ্ধাৰ ৬০ পেকেট ড্ৰাগ্ছ

◼ জব্দকৃত ড্ৰাগ্ছখিনিৰ ওজন প্ৰায় ৮০০ গ্ৰাম

◼ ড্ৰাগ্ছখিনিৰ বজাৰ মূল্য ৫ কোটিৰো অধিক

◼ড্ৰাগছৰ লগতে উদ্ধাৰ হৰিণৰ লাওখোলা, কাছৰ চলং, হাতীৰ ভৰিৰ হাঁড়

◼ দীৰ্ঘদিন ধৰি ড্ৰাগ্ছৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ

◼ জব্দ তিনিখনকৈ বিলাসী বাহন, এখন ডাম্পাৰ

◼ অধিক তথ্যৰ বাবে জেৰা অব্যাহত আৰক্ষীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − one =

Check Also
Close
Back to top button