Assambohag bihuFestivalleatest updateRegionalSocialউৎসৱ

চাওঁতে চাওঁতে আহি পালে হেঁপাহৰ ৰঙালী; আজি মানুহ বিহু

হেঁপাহৰ বিহুটিৰ ৰং-আনন্দত মতলীয়া ৰাজ্যবাসী।

চাওঁতে চাওঁতে আহি পালে হেঁপাহৰ ৰঙালী। উছাহ উদ্দীপনাৰে অসমবাসীয়ে উদযাপন কৰিছে হেঁপাহৰ ৰঙালীক। আজি পহিলা ব’হাগ। ৭ বিহু অনুসৰি আজি বিহুৰ দ্বিতীয় দিন। আজি মানুহৰ বিহু।

Bohag Bihu Festival: The Heartbeat of Assam - Tour De Farm

আজিৰ দিনটোতে কনিষ্ঠজনে ঘৰৰ জ্যেষ্ঠজনক সেৱা জনায়। নেদেখা জনৰ ওচৰত আশিস বিচাৰি পুৱাই উপাসনাস্থলীত ভিৰ কৰিছে একাংশই। হেঁপাহৰ বিহুটিৰ ৰং-আনন্দত মতলীয়া ৰাজ্যবাসী।

Majuli residents indulge in centuries old traditional mud game

ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে ৰাজ্য। ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে বোকাখেল। বছৰটোৰ মংগল কামনাৰে কনিষ্ঠজনে ল’লে জ্যেষ্ঠৰ সেৱা।

 

BIHU-The festival of Assam ~ Assam Readers

ঠায়ে ঠায়ে অনুষ্ঠিত বিহুৰ বৰ্ণিল কাৰ্যসূচী। বিহুৰ বতৰত সাতখন-আঠখন ঢুলীয়া-নাচনীৰ মন। ডেকা- বুঢ়া সকলো ব্যস্ত ঘৰে ঘৰে হুঁচৰি গোৱাত। পৰম্পৰা অনুসৰি ঠাই ভেদে জীয়ৰী সকলে গছৰ তলত বিহু মৰাও দেখা যায়।

Husori Bihu | Sahapedia

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 1 =

Back to top button